--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বড়খলাৰ ফালৰ পৰা বাইকেৰে কাটিগড়াৰ দিশে গৈ থকা দুজন বাইক আৰোহীক বিপৰীত দিশৰ পৰা অহা এটা অচিনাকি বাহনে খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ডিজিটেল ডেস্কঃ কাছাৰ জিলাৰ বড়খলা অঞ্চলৰ বুডিবাইলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। কাটিগড়া-বড়খলা সংযোগী পথত মঙ্গলবাৰে নিশা এই দুৰ্ঘটনা ঘটে।


জানিব পৰা মতে, বড়খলাৰ ফালৰ পৰা বাইকেৰে কাটিগড়াৰ দিশে গৈ থকা দুজন বাইক আৰোহীক বিপৰীত দিশৰ পৰা অহা এটা অচিনাকি বাহনে খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।


দুৰ্ঘটনাৰ তীব্ৰ শব্দ শুনি স্থানীয় লোকে হদুয়োজন বাইক আৰোহীক সংকটজনক অৱস্থাত পথত পৰি থকা দেখা পায়। পিছত তেওঁলোকক উদ্ধাৰ কৰি এম্বুলেন্সেৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।.


আহত দুজন যুৱক কাটিগড়াৰ মহাদেৱপুৰৰ বাসিন্দা কামিল ইছলাম আৰু আবিদ হোসেন বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম