--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পাকিস্তানৰ বায়ু সেনাৰ বিষয়া তথা মহাকাশচাৰী আলীৰ লগত দুই চীনা মহাকাশচাৰী টাং হোংবো আৰু অ' ইও মহাকাশ কেন্দ্ৰলৈ গৈছে।

ডিজিটেল ডেস্ক: মহাকাশ অভিযানৰ ক্ষেত্রত পাকিস্তানে বুধবাৰে ইতিহাস ৰচনা কৰে। দেশখনৰ প্ৰথমজন মহাকাশচাৰী বুধবাৰে মহাকাশলৈ ৰাওনা হয়। চীনৰ গোবি মৰুভূমিত থকা জিউকুৱান কৃত্রিম উপগ্রহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা দুই চীনা মহাকাশচাৰীৰ সৈতে পাকিস্তানৰ মহম্মদ জিচান আলী চীনৰ টিয়াংগং মহাকাশ কেন্দ্ৰলৈ ৰাওনা হয়। 


পাকিস্তানৰ বায়ু সেনাৰ বিষয়া তথা মহাকাশচাৰী আলীৰ লগত দুই চীনা মহাকাশচাৰী টাং হোংবো আৰু অ' ইও মহাকাশ কেন্দ্ৰলৈ গৈছে। ভাৰতীয় সময় মতে পুৱা ৫-৪৮ বজাত 'লংমার্চ-২ এফ ৰকেট'যোগে মহাকাশচাৰীকেইজন ৰাওনা হয়। চীনৰ মহাকাশ কেন্দ্রই প্রকাশ কৰা তথ্য অনুসৰি মহাকাশ যানখনৰ উৰণ সফল হৈছে আৰু ইতিমধ্যে নির্দিষ্ট কক্ষপথত প্ৰৱেশ কৰিছে। 


ইয়াৰ লগে লগেই পাকিস্তানে প্রথমটো মহাকাশ অভিযানত সফলতা লাভ কৰিলে। জিচান আলী দেশখনৰ প্রথমজন মহাকাশচাৰী হিচাপে পৰিগণিত হ'ল। তেওঁ প্রায় এসপ্তাহ চীনৰ মহাকাশ কেন্দ্রত থাকি বিভিন্ন পৰীক্ষা-নিৰীক্ষাত ভাগ ল'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গার্হস্থ্য হিংসাৰ বলি হৈ বিশ্বত ঘণ্টাত গড়ে প্রাণ হেৰুৱায় ৫গৰাকী মহিলাই
মহাকাশত উপস্থিত প্রথমজন পাকিস্তানী জিচান আলী
অৰুণাচলৰ ৪০-৫০ কিঃমিঃৰ নিলগতে দ্রুতগতিত চলিছে চীনৰ নিৰ্মাণকার্য
কণ্টেণ্ট ক্ৰিয়েটৰলৈ বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ লিগেল নটিছ
২৩ বছৰৰ চাকৰিত ৯ বছৰ ছুটীত পাৰ কৰিলে চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে
এইবাৰ মহাকাশত পাৰমাণৱিক কৃত্ৰিম উপগ্ৰহৰ পৰিকল্পনা ৰাছিয়াৰ
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
'টাইম' আলোচনীত লাভলীনা
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু