--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সংগম ঘাটত শনিবাৰৰ দিনটোত প্রায় ১৯ লাখ লোকে স্নান কৰে। উত্তৰ প্ৰদেশৰ এই ত্রিবেণী সংগম হৈছে গংগা, যমুনা আৰু পৌৰাণিক সৰস্বতী নৈৰ মিলনস্থলী।

ডিজিটেল ডেস্ক : পুহ পূর্ণিমা উপলক্ষে শনিবাৰৰ পৰা প্রয়াগৰাজত আৰম্ভ হৈছে 'মাঘ মেলা-২০২৬'। প্রয়াগৰাজৰ ত্রিবেণী সংগম উপকূলত আৰম্ভ হোৱা এই মেলাত শনিবাৰে লাখ লাখ লোকে ভিৰ কৰেগৈ। 


সংগম ঘাটত শনিবাৰৰ দিনটোত প্রায় ১৯ লাখ লোকে স্নান কৰে। উত্তৰ প্ৰদেশৰ এই ত্রিবেণী সংগম হৈছে গংগা, যমুনা আৰু পৌৰাণিক সৰস্বতী নৈৰ মিলনস্থলী। এই সংগম ঘাটটো শনিবাৰে পুৱাৰ পৰাই হৰ হৰ গংগে বৈদিক মন্ত্রোচ্ছাৰণ, নাম-কীর্তনেৰে উথলি উঠে। 


তদুপৰি লাখ লাখ লোকে পুণ্য অৰ্জনৰ অভিপ্ৰায়েৰে ঘাটত স্নান কৰে। উল্লেখযোগ্য যে পুহ পূর্ণিমা তিথি শুকুৰবাৰে সন্ধিয়া ৬ বাজি ৫৪ মিনিটত আৰম্ভ হয় আৰু শনিবাৰে বিয়লি ৫ বাজি ৩৫ মিনিটত সমাপ্ত হয়। ইফালে শনিবাৰৰ পৰা আৰম্ভ হোৱা মাঘ মেলা ১৫ ফেব্ৰুৱাৰী পর্যন্ত চলিব।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ