--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০১৩ চনৰ পৰা অৰ্থনৈতিক সংকট আৰু ৰাজনৈতিক দমনৰ বাবে প্ৰায় ৮০ লাখ ভেনিজুৱেলাবাসীয়ে দেশ এৰিছে আৰু ইয়াৰ বেছিভাগেই দক্ষিণ আমেৰিকাৰ কোনো কোনো দেশত বাস কৰিছে।

ডিজিটেল ডেস্ক: আমেৰিকাই প্রকাশ কৰা তথ্য মতে প্রব্রজন, ড্রাগ (নিচাযুক্ত দ্রব্য) আৰু নাক'-টেৰ'ৰিজমে (নিচাযুক্ত দ্ৰব্যৰ সন্ত্রাসবাদ) এই আক্ৰমণৰ কাৰণ। আমেৰিকাৰ দক্ষিণ সীমান্তইদি প্ৰৱেশ কৰা হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰীৰ বাবে ট্রাম্পে ভেনিজুৱেলাক দোষাৰোপ কৰি আহিছে। 


প্রতিবেদন মতে, ২০১৩ চনৰ পৰা অৰ্থনৈতিক সংকট আৰু ৰাজনৈতিক দমনৰ বাবে প্ৰায় ৮০ লাখ ভেনিজুৱেলাবাসীয়ে দেশ এৰিছে আৰু ইয়াৰ বেছিভাগেই দক্ষিণ আমেৰিকাৰ কোনো কোনো দেশত বাস কৰিছে। ট্রাম্পে অভিযোগ কৰি আহিছে যে মাডুৰোৱে তেওঁৰ 'কাৰাগাৰ আৰু উন্মাদৰ আশ্রয়স্থলী' খালী কৰিছে আৰু বন্দীসকলক আমেৰিকালৈ যাবলৈ বাধ্য কৰিছে। অৱশ্যে, আমেৰিকাৰ এই অভিযোগ ভেনিজুৱেলাই নাকচ কৰি আহিছে। দ্বিতীয়টো তথাকথিত কাৰণ হৈছে ড্রাগ্‌ছ। ট্রাম্পে অভিযোগ কৰে যে ভেনিজুৱেলা হৈছে ককেইন সৰবৰাহৰ প্ৰধান পথ আৰু আমেৰিকাৰ ফেন্টানাইল সংকটত ই অৰিহণা যোগাইছে। 


উল্লেখযোগ্য যে ফেন্টানাইল হৈছে বিষ নিৰাময় আৰু সংজ্ঞাহাৰী (এনেস্থেছিয়া) ঔষধ। ইফালে বৃহস্পতিবাৰে সম্প্ৰচাৰ হোৱা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাডুৰোৱে অভিযোগ কৰিছিল যে 'ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ'ৰ নামত আমেৰিকাই ভেনিজুৱেলাত চৰকাৰ সলনিৰ চেষ্টা কৰিছে আৰু কেৰিবিয়ান সাগৰত আমেৰিকাৰ সেনা মোতায়েন কৰি কেইবামাহ জোৰা হেঁচাৰ যোগেদি ভেনিজুৱেলাৰ বৃহৎ তেলৰ ভাণ্ডাৰ লাভ কৰিবলৈ বিচাৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু