--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মাহজোৰা ৰোজাৰ অন্তত ইছলামধৰ্মীলোকসকলে অসম আৰু দেশৰ প্ৰায়ভাগ ৰাজ্যত ১১ এপ্ৰিলত ঈদ পালন কৰিব।  চৌদি আৰৱত ১০  এপ্ৰিল  পালন কৰা হ’ব ঈদ। একেদৰে ভৌগলিক অৱস্থানৰ বাবে ভাৰতৰ কেৰালাতো ১০ এপ্ৰিলতেই ঈদ পালন কৰা হ’ব। ঈদৰ তাৰিখ চন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰে। 

 ৮ এপ্ৰিলত  চৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখা নোপোৱাৰ পিছত  ঈদৰ ঘোষণা কৰিব পৰা হোৱা নাছিল। আশা কৰা হৈছে যে মঙলবাৰে সন্ধিয়া চৌদি আৰৱত ঈদৰ জোন  দেখা যাব। ফলত  পিছদিনা ঈদ উদযাপন কৰা হ'ব। যদি ঈদ বুধবাৰে চৌদি আৰৱত হয়  তেন্তে এয়া  স্পষ্ট হৈ পৰিছে যে ভাৰতত ঈদ-উল-ফিটৰ ১১ এপ্ৰিল বৃহস্পতিবাৰে উদযাপন কৰা হ'ব। ভাৰতত চৌদি আৰৱৰ এদিন পিছত ঈদ উৎসৱ উদযাপন কৰা হয়। 

ঈদৰ দিনা, মুছলমানসকলে নামাজ পঢ়ি  শান্তি আৰু সমৃদ্ধিৰ বাবে আল্লাক প্ৰাৰ্থনা কৰে। এই পবিত্ৰ উৎসৱ সমগ্ৰ বিশ্বতে সম্পূৰ্ণ  আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী