--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদত মুম্বাই ইণ্ডিয়ানছ। বৰ্তমানৰ আই পি এলত তেওঁলোকে ভাল খেলিব পৰা নাই। দলটোৰ নতুন অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বহু প্ৰশ্ন। কিন্তু তাৰ উত্তৰ বিচাৰি পোৱা নাই হাৰ্দিকে।

শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হৈ পইণ্ট তালিকাৰ নৱম স্থানত আছে মুম্বাই। ১১খন খেলৰ ভিতৰত ৮খন খেলত পৰাস্ত হৈছে। পাঁচবাৰৰ চেম্পিয়ন দলটোৰ এই অৱস্থাৰ বাবে বহুতে হাৰ্দিকলৈ আঙুলিয়াইছে। হাৰ্দিকও নিমাত হৈ আছে। 

কেকেআৰৰ হাতত পৰাস্ত হোৱাৰ পাছত মুম্বাইৰ অধিনায়কগৰাকীয়ে কয়, ‘বেটিংৰ বাবেই আমি পৰাস্ত হৈছিলো। যোৰ কৰিব পৰা নগ’ল। অনবৰতে উইকেট হেৰুৱাই থকা। টি-২০ত এনেদৰে খেলিলে মেচখন জিকিব নোৱাৰিব। সেইটোৱেই হ'ল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ