--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বিশেষ অধিৱেশন৷ অৱশ্যে সংসদৰ এই বিশেষ অধিৱেশন পুৰণি সংসদ ভৱনটোতে আৰম্ভ হ’ব। ১৯ ছেপ্টেম্বৰত গণেশ চতুৰ্থী উপলক্ষে সংসদীয় কাৰ্যকলাপ নতুন সংসদ ভৱনলৈ স্থানান্তৰিত হ’ব৷ নতুন সংসদ ভৱন বিগত ২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল৷

শনিবাৰে লোকসভা আৰু ৰাজ্যসভা সচিবালয়ে সংবাদ মাধ্যমত সদৰী কৰিছিল যে প্ৰশ্নকাল অবিহনে সংসদৰ দুয়োখন সদনৰ অধিৱেশন অনুষ্ঠিত হ’ব।

১৮ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত সংসদৰ বিশেষ অধিৱেশন বৃহস্পতিবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ঘোষণা কৰিছিল৷ যোশীয়ে এক্সত কয়, অমৃত কালৰ মাজত সংসদত ফলপ্ৰসূ আলোচনা আৰু বিতৰ্কৰ বাবে অপেক্ষা কৰি আছে৷ 

তাৰ এদিন পিছত এয়া পোহৰলৈ আহিছিল যে চৰকাৰে এক দেশ, এক নিৰ্বাচনৰ পৰামৰ্শ দিবলৈ এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰি আছে, যাৰ ফলত এই সম্ভাৱনা বৃদ্ধি পাইছে যে বিশেষ অধিৱেশনখন চলিত লোকসভাৰ অন্তিমখন অধিৱেশন হ’ব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক