--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টি-২০ত ১২ হাজাৰ ৰানৰ ক্লাবত প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী৷ ঘৰুৱা, আন্তঃৰাষ্ট্রীয়, লীগ পৰ্যায়ৰ টি-২০ত কোহলীয়ে অৰ্জন কৰিছে এই কৃতিত্ব৷ কম ইনিংছত ১২ হাজাৰ টি-২০ ৰাণৰ তালিকাৰ দ্বিতীয়ত কোহলী৷
১২ হাজাৰ সম্পূৰ্ণ কৰিবলৈ কোহলীয়ে খেলিছিল ৩৬০টা ইনিংছ৷ ৩৪৫টা ইনিংছত ১২ হাজাৰ ৰাণ সম্পূর্ণৰে শীর্ষত আছে বেষ্ট ইণ্ডিজৰ ক্রিছ গেইল৷ ৩৬৮ ইনিংছেৰে ১২ হাজাৰ ৰাণ কৰি তৃতীয় স্থানত আছে অষ্ট্রেলিয়াৰ ডেভিদ ৱাৰ্ণাৰ৷ আইপিএল-২০২৪ৰ উদ্বোধনী মেচতে ১২ হাজাৰ ৰাণৰ ক্লাবত প্রৱেশ কৰে কোহলীয়ে৷ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এহেজাৰ ৰাণ সম্পূর্ণ কৰাৰো অভিলেখ গঢ়ে কোহলীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী