--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত আকৌ আৰম্ভ হ’ল ক্ৰিকেটৰ জ্বৰ। মহা-আয়োজনেৰে আৰম্ভ হ’ল চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। আজিৰে পৰা প্ৰতিটো সন্ধিয়া ষ্টেডিয়াম ভৰি পৰিব ক্ৰিকেট অনুৰাগীৰে। বাউণ্ডেৰী, অভাৰ বাউণ্ডেৰী আৰু উইকেট পতনৰ লগে লগে শুনা যাব দৰ্শকৰ হৰ্ষোল্লাস। ৰোহিত শৰ্মা, বিৰাট কোহলি, মহেন্দ্ৰ সিং ধোনী আদিৰ দৰে তাৰকা খেলুৱৈৰ বেটিং চাবলৈ ভৰি পৰিব ষ্টেডিয়ামৰ গেলেৰী। প্ৰতিটো দলৰ জয়-পৰাজয়ৰ উৎকণ্ঠাই উপভোগ্য কৰি তুলিব প্ৰতিখন মেচ। IPLৰ সপ্তদশ সংস্কৰণৰ প্ৰথমখন মেচত আজি মুখামুখি হয় ৫বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰৰ্ছ বেংগালুৰু। 

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত দুয়ো দল মুখামুখি হৈছে ছিজনৰ প্ৰথমটো জয়ৰ বাবে। আজি মেচৰ পূৰ্বে মহা-আড়ম্বৰেৰে অনুষ্ঠিত হয় IPLৰ উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত সংগীতানুষ্ঠান পৰিৱেশন কৰে খ্যাতনামা সংগীত শিল্পী এ আৰ ৰহমান, চনু নিগম আদিকৈ কেইবাগৰাকী শিল্পীয়ে। অনুষ্ঠানত উপস্থিত থাকি মনোৰঞ্জন যোগালে বলীউডৰ তাৰকা অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী