--°C
Loading...
Listen to Article
2 min read
80%


১৩ জানুৱাৰী, শনিবাৰ

মেষ- কামত পদোন্নতিৰ যোগ। কোনো লোকে সুসংবাদ দিব পাৰে। শিক্ষাৰ্থীৰ বাবে শুভ। মাতৃৰ শুভ। 

বৃষ-কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাব। অযথা সময় নষ্ট হ'ব পাৰে। জমা ধন বাঢ়িব। পিতৃৰ শুভ।

 মিথুন- কৰ্মত দক্ষতা বৃদ্ধি পাব। ভ্ৰমণৰ যোগ। প্ৰেমত কাজিয়া হ’ব। সংযমী হওক। 

কৰ্কট- কৰ্মস্থানত যথেষ্ট সন্মান পোৱাৰ সম্ভাৱনা। আপোন বুলি ভবা লোকে বিপথে নিব পাৰে। অযথা টকা খৰচ নকৰিব। 

সিংহ- কাৰো চেহেৰা দেখি ভোল নাযাব। যি কোনো কথাতে সাৱধানে আগবাঢ়ক। ঘৰলৈ ধন আহিব। 

কন্যা- দিনটো প্ৰায় কুশলে যাব। খৰচৰ মাত্ৰা কমিব। সকলো সম্পৰ্ক ৰক্ষা কৰি চলিব। চোৰৰ পৰা সাৱধান।

তুলা- কামত আনৰ পৰা প্ৰশংসা পাব। আনৰ জীৱনকলৈ ব্যস্ত নথকাই ভাল। মিছা কথা নক'ব। 

বৃশ্চিক- বিবাহৰ কথা চলিব। কোনো কামত আজি সিদ্ধান্তত উপনীত হ'ব।  স্বামীৰ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে। 

ধনু- নতুন চাকৰিৰ সুযোগ পাব। যাকে তাকে কোনো কথা দি নিদিব। আৰ্থিক স্থিতিত নজৰ ৰাখিব। 

মকৰ- শিৱবাবাৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো অতি শুভ।প্ৰেমত মধুৰতা বৃদ্ধিৰ সম্ভাৱনা। 

কুম্ভ- পাবলগীয়া বস্তু ঘূৰাই পাব। কাৰোৰে সৈতে আজি ফুৰিবলৈ নাযাব। পৰিয়ালত সুখ-শান্তি অটুট থাকিব।

মীন- যিকোনো স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো ভালেৰে পাৰ হ’ব। প্ৰেমত শুভ। অৰ্থৰ আগমন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ