--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পৰৱৰ্তী কাৰ্যপন্থা হিচাপে সত্যাসত্য নিৰূপণ কৰাৰ পাছত আৰু ২ কোটি ম'বাইলৰ সংযোগ বাতিল কৰিব চৰকাৰে। সঞ্চাৰ সাথী এপৰ জৰিয়তে চৰকাৰে এই অভিযান ডিজিটেল কমিউনিকেশ্যন প্লেটফৰ্মলৈও সম্প্ৰসাৰণ কৰিছে।

ডিজিটেল ডেস্ক: দেশত চলি থকা চাইবাৰ প্ৰৱঞ্চনা ঘটনাবোৰক ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ 'সঞ্চাৰ সাথী' পদক্ষেপে বিশেষ সফলতা লাভ কৰিছে। এই সঞ্চাৰ সাথী পদক্ষেপৰ অধীনত চৰকাৰে অকর্তৃত্বশীল বা সন্দেহজনক কৰ্মৰাজিৰ সৈতে জড়িত থকাৰ সংক্ৰান্তত দেশৰ ১.৫২ কোটি ম'বাইল সংযোগ বন্ধ কৰিছে। 


আনহাতে, পৰৱৰ্তী কাৰ্যপন্থা হিচাপে সত্যাসত্য নিৰূপণ কৰাৰ পাছত আৰু ২ কোটি ম'বাইলৰ সংযোগ বাতিল কৰিব চৰকাৰে। সঞ্চাৰ সাথী এপৰ জৰিয়তে চৰকাৰে এই অভিযান ডিজিটেল কমিউনিকেশ্যন প্লেটফৰ্মলৈও সম্প্ৰসাৰণ কৰিছে। প্ৰৱঞ্চনাৰ সৈতে জড়িত ছিম কাৰ্ডৰ ২৭ লাখটা হোৱাটছ এপ একাউন্ট বন্ধ কৰিছে চৰকাৰে। 


কেন্দ্ৰীয় যোগাযোগ আৰু ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে সঞ্চাৰ সাথীয়ে শক্তিশালী অভিযান চলাই আছে ।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু