--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আই পি এলৰ পূৰ্বে আহিল এক দুখৰ খবৰ । এক হৃদয়বিদাৰক ঘটনাই জোঁকাৰি গ'ল আফগানিস্তানৰ ক্ৰিকেটৰ দলটোক। মাত্ৰ ২ বছৰীয়া কন্যা সন্তানক হেৰুৱালে  আফগানিস্তানৰ তাৰকা ক্ৰিকেটাৰ হজৰতুল্লা জাজাইয়ে। এই ঘটনাই এতিয়া আফগানিস্তানৰ ক্ৰিকেটত এক শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে কন্যাৰ মৃত্যুৰ খবৰ নিজে জনোৱা নাছিল আফগান ক্ৰিকেটাৰগৰাকীয়ে। আফগান ক্ৰিকেটাৰগৰাকীক ছচিয়েল মিডিয়াত সমবেদনা জনায় জানাতে। তাৰ পিছতে এই মৰ্মান্তিক ঘটনাৰ বিষয়ে সকলোৱে অৱগত হয়। লগতে এই ঘটনাত শোক প্ৰকাশ কৰিছে আফগানিস্তান দলৰ অন্যান্য ক্ৰিকেটাৰসকলেও । চেম্পিয়নছ ট্ৰফী খেলি ঘৰলৈ উভতিছিলহে আফগানিস্তান ক্ৰিকেট দলটো। তেনে সময়তে অহা এই খবৰে এক শোকৰ বন্যা বোৱাইছে ক্ৰিকেটৰ দলটোৰ মাজত।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ