--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষত মুঠ ৪টা গ্ৰহণ হ’ব। ইয়াৰে ২টা সূৰ্যগ্ৰহণ আৰু বাকী ২টা চন্দ্ৰগ্ৰহণ হ’ব। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ এপ্ৰিল মাহত হ’ব। ২০২৩ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ অহা ২০ এপ্ৰিলত পুৱা ৭.৪ বজাৰ পৰা নিশা ১২.২৯ বজালৈ হ’ব। এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা পোৱা নাযাব। এই সূৰ্যগ্ৰহণ কেৱল অষ্ট্ৰেলিয়া, ভাৰত মহাসাগৰ, দক্ষিণ এছিয়া, প্ৰশান্ত মহাসাগৰ আৰু পূব এছিয়াৰ পৰাহে দেখা পোৱা যাব।

ধৰ্মীয় বিশ্বাসৰ ভিত্তিত সূৰ্যগ্ৰহণৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ লোকৰ ওপৰতে পৰে। কিছুমান ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰে আৰু কিছুমানৰ ওপৰত বেয়া প্ৰভাৱ পৰে।

এই সূৰ্যগ্ৰহণত দুটা ৰাশিৰ লোক সাৱধান হ’ব লাগিব। সেইকেইটা কি ৰাশি জানি লওক।

১) কন্যা ৰাশি- সূৰ্যগ্ৰহণৰ সময় কন্যা ৰাশিৰ বাবে অনুকূল নহ’ব বুলি ধাৰণা কৰা হৈছে। এই সূৰ্যগ্ৰহণৰ বাবে কন্যা ৰাশিৰ লোকসকল হয়তো কোনো বিতৰ্কৰ বলি হ’ব পাৰে। সেইবাবে এই ৰাশিৰ লোকসকলে কথা কওতে বিশেষভাৱে সাৱধান হোৱাৰ লগতে সংযম ৰখাটো বিশেষভাৱে প্ৰয়োজন হ’ব। মানুহৰ লগতো সম্পৰ্কৰ অৱনতি ঘটিব পাৰে, গতিকে চাই-চিতি কথা কোৱাটো উচিত হ’ব। ধনৰ অপব্যয় হ’ব পাৰে

২) মকৰ ৰাশি- মকৰ ৰাশিতো এই গ্ৰহণৰ অত্যন্ত প্ৰভাৱ পৰিব পাৰে। মকৰ ৰাশিৰ লোকৰ অপচয়মূলক ব্যয়ৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। লগতে স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। পুৰণি বেমাৰে পুনৰ উক দিব পাৰে। পতি-পত্নীৰ মাজত কাজিয়া হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ