--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুৰা কেলেংকাৰীয়ে দিল্লীৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ ছত্তীশগড়ত উন্মোচিত হৈছে সুৰাৰ আন এক বৃহৎ কেলেংকাৰী৷ 

ছত্তীশগড়ৰ ২,০০০ কোটিটকীয়া এই কেলেংকাৰী ফাদিল কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে৷ এই বৃহৎ কেলেংকাৰী গোপন অধ্যায় ফাদিল কৰি ৰাজ্যখনৰ শীৰ্ষপৰ্যায়ৰ কেইবাগৰাকীও ৰাজনৈতিক নেতা আৰু আমোলাৰ সহায়ত এই বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ দাবী কৰিছে ইডিয়ে৷ এই সুৰা কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ইডিয়ে ইতিমধ্যে ৰায়পুৰৰ মেয়ৰ তথা কংগ্ৰেছ নেতা এইজাজ ধেবৰৰ ভাতৃ আনোৱাৰ ধেবৰক গ্ৰেপ্তাৰ কৰিছে৷ .

আদালতে তেওঁক ৪দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে৷ এই কেলেংকাৰীৰ চলি থাকোতেই ইডিয়ে বিগত মাৰ্চ মাহত ৰাজ্যখনৰ কেইবাঠাইতো তালাচী চলোৱাৰ লগতে এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত কেইবাগৰাকীও লোকৰ ভাষ্য গ্ৰহণ কৰিছে৷ ইডিৰ দাবী অনুসৰি ২০১৯-২০২২চনৰ ভিতৰতে সংঘটিত হৈছিল এই বৃহৎ সুৰা কেলেংকাৰী৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে