--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ অনুসৰি মংগল গ্ৰহক গ্ৰহসমূহৰ ভিতৰত প্ৰধান সেনাপতি হিচাপে গণ্য কৰা হয়। নতুন বছৰৰ মাৰ্চ মাহত মিথুন ৰাশিত মংগল গ্ৰহে ট্ৰেনজিট কৰিব। মংগল গ্ৰহক সাহস আৰু বীৰত্বৰ প্ৰতীক বোলা হয়। যেতিয়াই কোনো গ্ৰহ ৰাশিৰ পৰিৱৰ্তন ঘটে তেতিয়াই তাৰ শুভ আৰু অশুভ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰে। সেয়েহে মাৰ্চ মাহত মংগল গ্ৰহৰ ট্ৰেনজিটে কোন ৰাশিৰ লোকৰ বাবে শুভ হ’ব। এই ট্ৰেনজিটৰ লগে লগে কেৰিয়াৰত অগ্ৰগতি আৰু চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়, জানো আহক ৰাশিকেইটা।

 ১. মিথুন ৰাশিঃ-জ্যোতিষশাস্ত্ৰ অনুসৰি মংগল গ্ৰহৰ ট্ৰেনজিট এই ৰাশিৰ লোকৰ বাবে অতি অনুকূল বুলি বিবেচিত হৈছে। মংগল গ্ৰহে মিথুন ৰাশিত ট্ৰেনজিট কৰিবলৈ গৈ আছে। এনে পৰিস্থিতিত এই সময়ত এই ৰাশিৰ লোকে নিজৰ কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব। কেৱল এয়াই নহয়, নিবনুৱা লোকে লাভ কৰিব পাৰে নতুন চাকৰিৰ প্ৰস্তাৱ। চাকৰিৰ বৃত্তিত থকা লোকসকলে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে আৰু ব্যৱসায়তো সম্প্ৰসাৰণৰ সম্ভাৱনা দেখা যায়।

২. কন্যা ৰাশিঃ-জ্যোতিষৰ মতে মংগল গ্ৰহৰ ট্ৰেনজিট কন্যা ৰাশিৰ লোকসকলকো দিব শুভ ফল। এই ৰাশিৰ দশম স্থানত মংগল গ্ৰহ ট্ৰেনজিট হ’বলৈ গৈ আছে। সেয়েহে চৰকাৰী চাকৰিৰ প্ৰস্তুতিত ব্যস্তসকলে এই সময়ছোৱাত সফলতা লাভ কৰিব। চাকৰিত নিয়োজিত হৈ থকাসকলৰ পদোন্নতিৰ যোগ দেখা যায়। এই সময়ছোৱাত অৰ্থনৈতিক অৱস্থা পূৰ্বতকৈ শুভ হ’ব।

৩. মীন ৰাশিঃ-মিথুন ৰাশিত মংগল গ্ৰহৰ ট্ৰেনজিট মীন ৰাশিৰ লোককো দিব শুভ ফল। এই ৰাশিৰ চতুৰ্থ স্থানত মংগল গ্ৰহ ট্ৰেনজিট হ’বলৈ গৈ আছে। এই সময়ছোৱাত শাৰীৰিক সুখ লাভ কৰিব। মংগল গ্ৰহৰ দিশটো এই ৰাশিৰ দশম স্থানত পৰিছে। মীন ৰাশিৰ লোকসকলৰ নতুন চাকৰি যোগৰ লগতে দীৰ্ঘদিন ধৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে এই সময়ছোৱাত সফলতা লাভ কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক