--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক:
 নিজৰ বৃক্ক বিক্ৰী কৰিবলৈ চেষ্টা কৰা এগৰাকী যুৱতীক আটক কৰিছে হায়দৰাবাদ আৰক্ষীয়ে৷  জানিব পৰা মতে যুৱতী গৰাকী নাৰ্ছিং শিক্ষাৰ্থী। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

 নাৰ্চিং শিক্ষাৰ্থী গৰাকী তেওঁৰ বৃক্ক বিক্ৰী কৰিবলৈ চেষ্টা কৰোঁতে চাইবাৰৰ দ্বাৰা প্ৰতাৰিত হৈছিল। যুৱতীগৰাকীক  বৃক্ক বাবদ  ৩ কোটি টকা প্ৰদান কৰাৰ আশা দিয়া হৈছিল৷সমান্তৰালভাৱে  ছাত্ৰীগৰাকীয়ে প্ৰৱঞ্চকসকলৰ জালত পৰি ১৬ লাখ টকাও হেৰুৱাইছিল। এই ঘটনা সংঘটিত হয়  হায়দৰাবাদত ।
হায়দৰাবাদৰ গুন্টুৰ জিলাৰ বাসিন্দা নাৰ্চিং ছাত্ৰীগৰাকীয়ে  সোমবাৰে প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰে। অভিযোগপত্ৰখনত, তেওঁ উল্লেখ কৰিছিল যে তেওঁ তেওঁৰ বৃক্ক বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ নিজেই ১৬ লাখ টকা হেৰুৱাইছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক