--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন। এই অধিৱেশ্‌তে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ২০২৩  সংসদত দাখিল কৰিব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয়  যে সংসদৰ বাজেট অধিৱেশন ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু   ৬ এপ্ৰিল, ২০২৩ লৈ চলিব।
 
উল্লেখ্য ২০২৩ চনত কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।  আনহাতে ২০২৪ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়ে এইবাৰৰ বাজেট অধিৱেশন চৰকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব বুলি ধাৰণা কৰা হৈছে।  

ৰাজনৈতিক বিশেষজ্ঞসকলৰ  মতে নিৰ্মলা সীতাৰমণৰ বিত্ত বিভাগৰ সন্মুখত ২০২৩  চনৰ বাজেট অধিৱেশন হ’ব আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।বাজেটত বহু কেইটা জনমুখী প্ৰস্তাৱ ৰখাৰ পূৰ্ণ সম্ভাৱনা থকা বুলিও বহুতে ধাৰণা কৰিছে। সবিশেষ বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক