--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামানন্দ সাগৰৰ টেলিভিছন ধাৰাবাহিক 'ৰামায়ণ'ত সীতাৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিল দীপিকা চিখলিয়া। দীপিকাক সকলোৱে সীতামা নামেৰেই মাতে। দেশৰ প্ৰতিজন দৰ্শকে সীতামা বুলি কলেই দীপিকা চিখলিয়াৰ কথা মনত পেলায়। সীতাৰ চৰিত্ৰত অভিনয় কৰি ৰাইজৰ বহু মৰম-আদৰ, শ্ৰদ্ধা, সন্মান লাভ কৰিছে দীপিকাই। 

৩৩ বছৰীয়া দীঘলীয়া বিৰতিৰ অন্তত পুনৰ টিভি জগতলৈ উভতি আহিবলৈ সাজু হৈছে ৫৮ বছৰীয়া অভিনেত্ৰীগৰাকী। এটা নতুন শ্ব’ত দেখিবলৈ পোৱা যাব দীপিকা চিখলিয়াক। যাৰ কাহিনী অযোধ্যাৰ পটভূমিত ৰচিত।

এই অনুষ্ঠানটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য’ত দেখা গৈছে দীপিকা চিখলিয়াৰ নতুন ৰূপ। 'ধৰতীপুত্ৰ নন্দিনী' নামেৰে নামাকৰণ কৰা এই অনুষ্ঠানত দীপিকাই সুমিত্রা দেৱীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। এগৰাকী আইতাকৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকাই। ৩৩ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত দীপিকা পুনৰ টেলিভিছনলৈ ঘূৰি আহিব এই অনুষ্ঠান জৰিয়তে। এই কথাই সুখী কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক।

উল্লেখ্য যে এই অনুষ্ঠান দীপিকা চিখলিয়াই নিজে প্ৰযোজনা কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ