--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে গুজৰাটৰ পোৰবন্দৰৰ সমীপত ৪০০ কোটি টকাৰ ড্ৰাগছ কঢ়িয়াই অনা ৬ পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয়৷

এক গোপন সূত্ৰৰ পম খেদি নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো (এনচিবি), ইণ্ডিয়ান ক’ষ্ট গাৰ্ড আৰু গুজৰাট এণ্টি টেৰৰিজম স্কোয়াডৰ বিষয়াসকলে যোৱা নিশা পাকিস্তানী নাগৰিকক ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত  গ্ৰেপ্তাৰ কৰে।

গুজৰাটৰ এ টি এছৰ তথ্য অনুসৰি এই ছয়জন লোকে ভাৰতীয় নাও ব্যৱহাৰ কৰি দিল্লী আৰু পঞ্জাবলৈ নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাইছিল।যোৱা ৩০ দিনত গুজৰাটৰ উপকূলত জব্দ কৰা এয়া দ্বিতীয়টো বৃহৎ ড্ৰাগছৰ চালান।

যোৱা ২৮ ফেব্ৰুৱাৰীত গুজৰাটৰ উপকূলৰ পৰা সন্দেহযুক্ত পাকিস্তানী ক্ৰু মেম্বাৰে চলোৱা এখন নাওৰ পৰা কমেও ৩৩০০ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছিল। এই ঔষধসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আছিল ২০০০ কোটিতকৈও অধিক।উল্লেখ্য যে ভাৰত উপমহাদেশত নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ পৰিমাণ হৈছে সৰ্বাধিক।ইয়াৰ পূৰ্বেও ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সাগৰত কেইবাটাও অভিযানত কোটি কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু