--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেতিয়াবা কেতিয়াবা আমাৰ ওচৰে-পাজৰে এনে বহুতো ঘটনা দেখিবলৈ পোৱা যায়, যিবোৰে একধৰণৰ সকলোকে আচৰিত কৰি তোলে। এইগৰাকী মহিলাৰ জীৱনশৈলীও এনেধৰণৰ। এইগৰাকী মহিলাৰ  জীৱন যাত্ৰা সঁচাকৈ আন মানুহৰ তুলনাতকৈ পৃথক।

 গোটেই কথাটো কি?

ভিয়েটনামত বাস কৰা এইগৰাকী মহিলাই দাবী কৰিছে যে তেওঁ মাত্ৰ ২২ বছৰ বয়সতে খাদ্য খোৱা বন্ধ কৰিছিল। অৰ্থাৎ মহিলাগৰাকীয়ে কঠিন খাদ্য গ্ৰহণ কৰা বন্ধ কৰি দিছিল। আপুনি জানি আচৰিত হ’ব যে ৪১ বছৰ ধৰি মহিলাগৰাকীয়ে খাদ্য নোখোৱাকৈ এনেকৈ জীয়াই আছে। আহকচোন কি কি বস্তু গ্ৰহণ কৰাৰ বাবে তেওঁ এটা সুস্থ জীৱন-যাপন কৰাত সফল হৈছে।

 নেমু পানী খাই জীয়াই আছে-

গ্ৰীষ্মকালত সকাহ দিয়া নেমু পানীয়ে এই মহিলাগৰাকীৰ জীৱনত অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। দৰাচলতে যোৱা ৪১ বছৰে নেমু পানী খোৱাৰ পাছতহে মহিলাগৰাকী জীয়াই আছে। আশ্চৰ্যজনক কথাটো হ’ল যে জীৱনশৈলীয়ে মহিলাগৰাকীৰ স্বাস্থ্যৰ ওপৰত কোনো বেয়া প্ৰভাৱ পৰা নাই। পানীত নিমখ, চেনি আৰু নেমুৰ ৰস খায়েই শৰীৰক পুষ্টিকৰ উপাদান যোগান ধৰা বুলি দাবী কৰিছে মহিলাগৰাকীয়ে।

 বহুতো স্বাস্থ্য উপকাৰিতা-

৬৩ বছৰীয়া এইগৰাকী মহিলাক বয়সতকৈ সৰু যেন লাগিছে। কেৱল এয়াই নহয়, নাৰীৰ যোগাসনৰ ক্ষমতাও অধিক। ২১ বছৰ বয়সত মহিলাগৰাকী তেজৰ ৰোগত আক্ৰান্ত হৈছিল। তেতিয়াৰ পৰা মহিলাগৰাকীয়ে জুলীয়া আহাৰ খাই কঠিন খাদ্য ত্যাগ কৰিবলৈ আৰম্ভ কৰে। যদিও এই পদ্ধতি বৈজ্ঞানিকভাৱে শুদ্ধ নহয়, সেয়েহে মহিলাগৰাকীয়ে নিজৰ নাম প্ৰকাশ কৰাত ইচ্ছুক নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে