--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকাশিত এক বৃহৎ নতুন অধ্যয়নে প্ৰমাণ কৰিছে যে ৫০ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকসকলে যিসকলে ৰাতি পাঁচ ঘণ্টা বা তাতকৈ কম সময় শোৱে, তেওঁলোকৰ বয়স বৃদ্ধিৰ লগে লগে একাধিক দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। যিসকলে ৰাতি বেছি সময় সময় শোৱে সেই সকলৰ তুলনাত কমকৈ শোৱা মানুহৰ ৰোগৰ সম্ভাৱনা অধিক থাকে। 

আমেৰিকাৰ এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে। প্ৰায় ৮ হাজাৰ ৫০ বছৰীয়া আৰু তাতকৈ অধিক বয়সৰ লোকৰ ওপৰত এই গৱেষণা কৰা হৈছিল। গৱেষণাত ধৰা পৰিছিল যে ৫ ঘণ্টা বা তাতকৈ কম সময় শোৱা মানুহৰ যিকোনো ৰোগৰ সম্ভাৱান বেছি। 

যিসকলৰ টোপনি ট্ৰেক কৰা হৈছিল, তাৰমাজত দেখা গৈছিল যে ৰাতি কমেও সাত ঘণ্টা শোৱা মানুহৰ তুলনাত যিসকলে পাঁচ ঘণ্টা বা তাতকৈ কম সময় শুইছিল তেওঁলোকৰ একাধিক দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৩০% বেছি আছিল।

সেয়ে স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে ষিকোনো বয়সৰ মানুহে সুস্থ জীৱন-যাপনৰ কাৰণে স্বাস্থ্যসন্মত খাদ্য খোৱাৰ লগতে দৈনিক ৭-৮ ঘণ্টা শোৱাটো জৰুৰী। যিসকলে এনে নকৰে তেওঁলোকে জীৱন শৈলী সলনি কৰাটো প্ৰয়োজন।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ