--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ ৰাজহুৱা খণ্ডৰ ১২টা বেংকৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল প্রায় ১৭১ লাখ কোটি টকা। ই হ'ল দেশৰ বেংকিং খণ্ডৰ মুঠ পুঁজিৰ প্ৰায় ৫৫%।

ডিজিটেল ডেস্ক: কেন্দ্রীয় চৰকাৰে চৰকাৰী খণ্ডৰ বেংকত ৪৯% প্রত্যক্ষ বিদেশী বিনিয়োগৰ (এফ ডি আই) সিদ্ধান্তৰ বিষয়ে বিবেচনা কৰি আছে। সংবাদ মাধ্যমত প্রকাশ পোৱা এটা বাতৰিত এই কথা কোৱা হৈছে। চৰকাৰে এই বিষয়ে বিভিন্ন মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰি আছে। 


উল্লেখযোগ্য যে বৰ্তমান চৰকাৰী খণ্ডৰ বেংকত এফ ডি আইৰ সীমা হ'ল ২০%। বিত্তীয় সেৱা বিভাগৰ সচিব এম নাগৰাজুৱে কয় যে চৰকাৰে ৰাজহুৱা খণ্ডৰ বেংকত এফ ডি আইৰ হাৰ ৪৯%লৈ বৃদ্ধি কৰাৰ প্ৰসংগটোক লৈ বিভিন্ন মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰি থকা হৈছে। চৰকাৰে এই সম্পৰ্কত ভাৰতীয় ৰিজার্ভ বেংকৰ সৈতেও আলোচনা কৰি আছে। 


উল্লেখযোগ্য যে দেশৰ ৰাজহুৱা খণ্ডৰ ১২টা বেংকৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল প্রায় ১৭১ লাখ কোটি টকা। ই হ'ল দেশৰ বেংকিং খণ্ডৰ মুঠ পুঁজিৰ প্ৰায় ৫৫%। চৰকাৰে এই ১২টা বেংকৰ ৫১% নিজৰ হাতত ৰাখি বাকীখিনি বিদেশী বিনিয়োগকাৰীৰ বাবে মুকলি কৰি দিবলৈ বিচাৰিছে। উল্লেখযোগ্য যে বিত্ত মন্ত্রী নির্মলা সীতাৰমণে দেওবাৰে বাজেট ভাষণত এই বুলি ঘোষণা কৰিছিল যে বেংকিং খণ্ডৰ ব্যাপক সমীক্ষাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ