--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে শ্বোয়াইব মালিকক কেন্দ্ৰ কৰি। ছানিয়া মিৰ্জাৰ লগত ব্ৰেকআপ কৰাৰ পিছত তৃতীয়বাৰৰ বাবে বিয়া পাতিছিল। এই ঘটনাৰ পিছত শ্বোয়াইবৰ এটা পুৰণি সাক্ষাৎকাৰ ভাইৰেল হৈ পৰিল। তাত পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে মুকলিকৈ উল্লেখ কৰিছিল যে তেওঁ ৫০০ গৰাকী ছোৱালী ভাল পায়।

প্ৰাক্তন সতীৰ্থ শ্বোৱেইব আখতাৰৰ সৈতে শ্বোৱেইবৰ সাক্ষাৎকাৰৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেইটো তেওঁৰ আৰু ছানিয়াৰ বিয়াৰ আগৰ কথা। তাত আখতাৰে সুধিছে শ্বোৱেইবে কোনো ছোৱালী ভাল পায় নেকি? শ্বোয়াইবে উত্তৰ দিলে, "মই তোমাক ধেমেলীয়া কথা এটা ক'ম। সকলো ছোৱালী মোৰ ভাল লাগে। মোৰ মনত সিহঁতে নিজৰ ঠাই লয়।''

আখতাৰে আকৌ সুধিলে, শ্বোৱেইবে ভাল পোৱা পাঁচজনী ছোৱালীৰ নাম ক’ব পাৰিবনে? প্ৰত্যুত্তৰত শ্বোয়াইবে কয়, "পাঁচজন নহয়, ৫০০ মানুহ আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক