--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বীৰেন্দ্ৰ ছেহৱাগ আৰু শ্বোৱেইব আখতাৰৰ মাজত পুনৰ 'কাজিয়া’ চলিছে। ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টি-২০ লীগত কমেণ্টেটৰ হিচাপে গৈছিল দুগৰাকী ক্ৰিকেটাৰ। তাত তেওঁলোকৰ মাজত খেলপথাৰত ‘কাজিয়া’ হৈছিল। কিন্তু সকলোবোৰ ৰসিকতাভৰা। তাত আখতাৰৰ দীঘলীয়া ৰান আপৰ কথা কওঁতে ছেহৱাগে কয়- ''মই তললৈ চাই ৰৈছিলোঁ। কাৰণ, মই জানিছিলোঁ যে আখতাৰৰ দৌৰত ১০ৰ পৰা ১৫ ছেকেণ্ড সময় লাগে।’’

এই কথা শুনি আখতাৰে সুধিলে, "মোৰ ৰান আপে তোমাক অসুবিধা দিছিলে নেকি? মনোযোগত অশান্তি হৈছিল নেকি?'' উত্তৰত সেহৱাগে ক'লে, "তেতিয়া বহুত কথা মনলৈ সোমাইছিল। মই ভাবিছিলো তোমাৰ বলটো মোৰ ভৰিৰ গোৰোহালৈ আহিব নে বাউন্সাৰ হৈ মূৰৰ ফালে আহিব? এই সকলোবোৰ চিন্তা মনলৈ আহিছিল।’’

কিন্তু ২০০৩ চনৰ বিশ্বকাপৰ সময়ত খেলপথাৰত এসময়ত ছেহৱাগ আৰু আখতাৰৰ সমস্যা হৈছিল। ভাৰত-পাকিস্তানৰ খেলৰ সময়ত আখতাৰে বাৰে বাৰে ছেহৱাগক বাউন্সাৰ দি আছিল। "মাৰি দেখা" বুলিও কৈছিল আখটাৰে।বহু সময়ৰ পাছত ছেহৱাগে উত্তৰ দিলে, "নন ষ্ট্ৰাইকিং এণ্ডত তোমাৰ দেউতা আছে। তেওঁক দেখুৱাওক।'' তেতিয়া শচীন টেণ্ডুলকাৰ আছিল নন ষ্ট্ৰাইকিং এণ্ডত। তেওঁ আখতাৰৰ বাউন্সাৰক ছয়ৰ বাবে আপাৰকাট কৰে। তেতিয়া সেহৱাগে আকৌ আখতাৰক ক’লে, “তই বুজিছ। বাপ বাপেই হয়।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক