--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনি বছৰৰ পাছত ৬০ বছৰ সম্পূৰ্ণ হ’ব মাধুৰী দীক্ষিত।   ৮০ৰ দশকত যিদৰে পৰ্দাত ধুমুহাৰ সৃষ্টি কৰিছিল, ৫৬ বছৰ বয়সতো তেওঁ একেই আছে। পেলাবৰ মসৃণ ছালত বয়সৰ কোনো লক্ষণ দেখা নাযায়। কেৱল সৌন্দৰ্য্যই নহয়, মাধুৰীৰ ফিটনেছও বহুতৰে বাবে প্ৰেৰণা। 

মাধুৰী ফিটনেছ সচেতন। তেওঁৰ ফিটনেছ ৰুটিন মাজে মাজে নিজৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰে। ফিটনেছ বজাই ৰাখিবলৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে।

বেৰী স্মুদি, শুকান ফল, প্ৰটিন বাৰ আদি খাদ্য অভিনেত্ৰীগৰাকীৰ খাদ্য তালিকাত আছে। কিন্তু মাধুৰীয়ে ওজন বজাই ৰাখিবলৈ বিশেষ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ কেতিয়াও কঠোৰ খাদ্যাভ্যাস নকৰে। মাধুৰীৰ মতে পৰ্যাপ্ত পৰিমাণৰ খাদ্য খালে সুন্দৰ হৈ থকাটো সম্ভৱ। গতিকে ঘৰতে বনোৱা খাদ্যৰ প্ৰতি তেওঁৰ বৰ বিশ্বাস আছে। 

কিন্তু তেওঁৰ ওজন বৃদ্ধিৰ বাবে চিন্তিত। সদায় চেষ্টা কৰি, কেনেকৈ ওজন হাতত ৰাখিব লাগে। তাৰ বাবে তেওঁ নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰে, তেলবিহীন খাদ্য খায়। আৰু আলমণ্ড-কুঁহিয়াৰ চাট খায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু