--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপলৈ এমাহ আছে। দেওবাৰে আন এক টি-২০ বিশ্বকাপৰ সূচী প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে। মহিলা টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপতে আছে। ৬ অক্টোবৰত চিলেটত দুয়োখন দেশৰ যুঁজ অনুষ্ঠিত হ’ব।

৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মহিলাৰ ২০ অভাৰৰ বিশ্বকাপ। ২০ অক্টোবৰত অনুষ্ঠিত হ’ব ফাইনেল। দহটা দলৰ এই প্ৰতিযোগিতাত ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ‘এ’ গ্ৰুপত আছে। গ্ৰুপৰ পঞ্চম দলটো অৰ্হতা ৰাউণ্ডৰ পৰা আহিব। এই গ্ৰুপৰ সকলো মেচ চিলেটত হব। ‘বি’ গ্ৰুপত আছে আয়োজক বাংলাদেশ, ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা। এই গ্ৰুপৰ পঞ্চম দলটোও কোৱালিফাইং ৰাউণ্ডৰ পৰা আহিব। এই গ্ৰুপৰ খেলসমূহ ঢাকাত অনুষ্ঠিত হ’ব। শ্ৰীলংকা, সংযুক্ত আৰব আমিৰশ্বাহী, স্কটলেণ্ড আৰু আয়াৰলেণ্ডে মূল ৰাউণ্ডত দুখন দেশক খেলিব।

বিশ্বকাপত হৰমনপ্ৰীত কৌৰৰ প্ৰথমখন খেল ৪ অক্টোবৰত নিউজিলেণ্ডৰ বিৰুদ্ধে। দ্বিতীয়খন মেচত প্ৰতিদ্বন্দ্বী দল পাকিস্তান। তৃতীয়খন খেল ৯ অক্টোবৰত যোগ্যতা অৰ্জন কৰা দলৰ বিৰুদ্ধে। ১৩ অক্টোবৰত ভাৰতৰ প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ