--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হেমা মালিনী এসময়ত বলীউডৰ ‘ড্ৰিম গাৰ্ল’ আছিল। তেওঁৰ ৰ মসৃণ ছাল আৰু ফিটনেছে সদায় সকলোকে আকৰ্ষণ কৰি আহিছে। বৰ্তমান এই জনপ্ৰিয় অভিনেত্ৰীৰ বয়স ৭৩ বছৰ। তেওঁক এতিয়াও এগৰাকী যুৱতী দৰেই দেখা যায়। তেওঁক দেখি সকলোৱে এই কথা নিশ্চয় ভাবে ।আজিও তেওঁৰ অনুৰাগীসকলে নিজকে কেনেকৈ ফিট কৰি ৰাখে সেই কথা জানিবলৈ কৌতুহলী হৈ পৰিছে। হেমা মালিনীৰ সৌন্দৰ্য্যৰ গোপন কথা জানি লওক-

১. এসময়ৰ জনপ্ৰিয় সপোনৰ অভিনেত্ৰীগৰাকীয়ে প্ৰাণায়াম আৰু যোগাসনেৰে ৰাতিপুৱাৰ আৰম্ভণি কৰে। প্ৰাণায়ামে ছালত অক্সিজেনৰ যোগান বৃদ্ধি কৰে আৰু তেজত জমা হৈ থকা বিষাক্ত পদাৰ্থবোৰ পৰিষ্কাৰ কৰে।

২. হেমা মালিনীয়ে কেতিয়াও ছালত চাবোন ব্যৱহাৰ নকৰে। তাৰ পৰিৱৰ্তে বেচন আৰু মলাইৰ মিশ্ৰণ গোটেই শৰীৰত প্ৰয়োগ কৰে। এইটোৱেই হ’ব পাৰে তেওঁৰ ছালৰ উজ্জ্বলতা আৰু দৃঢ়তাৰ ৰহস্য।

৩. অভিনেত্ৰীগৰাকী নিৰামিষভোজী। তেওঁ সদায় সঠিক খাদ্য গ্ৰহণ কৰে। যিটো তেওঁৰ শাৰীৰিক স্বাস্থ্যৰ মূল কাৰণ, আনকি তেওঁৰ ছালখনেও বয়স বৃদ্ধিৰ আভাস পোৱা নাই। ইয়াৰ কাৰণ হ’ল সঠিক খাদ্যাভ্যাস।

৪. এই অভিনেত্ৰীগৰাকীয়ে সপ্তাহত কমেও ২ দিন ব্ৰত ৰাখে। তেওঁ সেই ২ দিন চাউল বা ঘেঁহুৰ খাদ্যৰ পৰা সম্পূৰ্ণ আঁতৰত থাকে। বিশেষজ্ঞসকলৰ মতে, উপবাসে শৰীৰত হোৱা প্ৰদাহ কমোৱাত সহায় কৰে।

৫. হেমা মালিনীয়ে দৈনিক ২-৩ লিটাৰ পানী খাই নিজকে হাইড্ৰেট কৰি ৰাখিব পাৰে। যিয়ে তেওঁৰ শৰীৰটোক বিষমুক্ত কৰাত সহায় কৰে। ছাল আৰু চুলিৰ যত্নৰ বাবে তাই আৱশ্যকীয় তেল ব্যৱহাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী