--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'শ্বোলে'ৰ পৰা 'সীতা ঔৰ গীতা'লৈকে অভিনেত্ৰী হেমা মালিনীয়ে বলীউডত অগণন মনোৰঞ্জনমূলক হিট ছবি উপহাৰ দি চলচ্চিত্ৰ উদ্যোগটোৰ এক ৰত্ন হিচাপে পৰিগণিত হৈছে।

অনুৰাগীয়ে তেওঁৰ মনোমোহা অভিনয়ৰ বাবে প্ৰায়ে প্ৰশংসা কৰে। আজি বলীউডৰ ড্ৰিম গাৰ্লগৰাকীয়ে জীৱনৰ ৭৫ বছৰত ভৰি দিছে। শেহতীয়াকৈ আজি জন্মদিন উদযাপন কৰা কিংবদন্তি অভিনেত্ৰীগৰাকীয়ে জন্মদিনত স্বামী ধৰ্মেন্দ্ৰৰ পৰা লাভ কৰা শ্ৰেষ্ঠ উপহাৰটোৰ কথা প্ৰকাশ কৰিছে। লগতে হেমাই কৈছে যে তেওঁ সম্পূৰ্ণৰূপে নিজৰ মাজত নিমগ্ন হৈ থকাৰ বাবে সময় যে বেছি বেগেৰে উৰি গৈছে সেই কথা উপলব্ধি কৰিবই পৰা নাছিল।

প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা হেমা মালিনীয়ে কয় “মোৰ স্বামী মোৰ জন্মদিনৰ বাবে ইয়ালৈ আহিছে, আৰু তেওঁ মোক দিয়া আটাইতকৈ ডাঙৰ উপহাৰটো হৈছে তেওঁ আমাৰ সৈতে সময় কটাইছে।” উল্লেখযোগ্য যে অভিনেতা ধৰ্মেন্দ্ৰ আমেৰিকাৰ পৰা উভতি আহিছে হেমাৰ ওচৰলৈ গৈ জন্মদিনৰ শুভকামনা জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক