--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাওণ মাহ শিৱক আৰাধনা কৰাৰ উত্তম মাহ বুলি ধৰা হয়। শাওণ মাহত জলাভিষেক কৰিলে সোনকালে সকলো সমস্যাৰ সমাধান পাই বুলি ধৰা হয়। আৰু সেয়েহে শাওণ মাহৰ সোমবাৰে শিৱক আৰাধনা কৰা হয়। অৱশ্যে অন্য দিনতো শিৱক আৰাধনা কৰা হয় যদিও এই মাহতো অত্যন্ত শুভ বুলি ধৰা হয়।

৮ আগষ্টত শাওণৰ শেষৰটো সোমবাৰ। আৰু শাওণৰ শেষৰটো সোমবাৰ অৰ্থাৎ চতুৰ্থটো সোমবাৰলৈ ভক্তগণে অতি আগ্ৰহেৰ বাট চাই থাকে। এই মাহত শিৱক পূজা কৰিলে ভক্তসকলৰ সকলো দুখ-যন্ত্ৰণা মহাদেৱে হৰি নিয়ে বুলি সকলোৱে বিশ্বাস কৰে। সেয়েহে তেওঁৰ পূজা কৰোঁতে সকলোৱে হৰ হৰ মহাদেৱ বুলি বাক্য আওৰায়৷  

এনেধৰণে শিৱক আৰাধনা কৰিলে আপোনাৰ সকলো দুখ হ’ব দূৰ: 

পুৱা সোনকালে উঠি গা ধুই শিৱক আৰাধনা কৰিব লাগে। শিৱ লিংগত পানী ঢালিব লাগে। শাওণত শিৱলিংগত জলাভিষেক বা ৰুদ্ৰাভিষেক কৰাৰ মহত্ব অশেষ, আৰু শাওণত ইয়াৰ মহত্ব অধিক হয়।

ৰুদ্ৰাভিষেক কৰি ১০৮বাৰ শিৱ মন্ত্ৰ জঁপ কৰিব আৰু লগতে শিৱ লিংগত বেলপাত অৰ্পণ কৰক। শিৱৰ পূজাৰ সামগ্ৰীত গাখীৰ বেলপাত ভাং ধতুৰা গুটি ৰাখক কিয়নো শিৱৰ প্রিয় সামগ্ৰী অৰ্পণ কৰিলে মহাদেৱ সন্তুষ্ট হ’ব।

শাওন মাহৰ প্রতিটো সোমবাৰে ব্ৰতপালন কৰক।

প্ৰতি সোমবাৰে শিৱ মন্দিৰত এগছি ঘীৰ চাকি জ্বলাওক। 

শাওণৰ সোমবাৰে যিসকল লোকে নীতি-নিয়ম আৰু শ্ৰদ্ধাপূৰ্বক পূজা কৰে তেওঁলোকৰ কষ্ট মহাদেৱে দূৰ কৰে বুলি বিশ্বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ