--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জাহাজখনৰ পৰা এগৰাকী যাত্ৰী পানীত পৰি গ'ল অথচ জাহাজখনৰ কৰ্মচাৰীৰ লগতে কোনো যাত্ৰীয়েও গমেই নাপালে । ফকিৰগঞ্জ আৰক্ষীয়ে জানিব দিয়া মতে মহিলা গৰাকী মানসিক বিকাৰগ্ৰস্ত ৰোগী ।

ডিজিটেল ডেস্কঃ ধুবুৰী পৰা জলেশ্বৰ অভিমুখে যোৱা জাহাজৰ পৰা এগৰাকী মহিলা যাত্ৰী ব্ৰহ্মপুত্ৰ নদীত পৰি উটি গৈ থকা অৱস্থা ফকিৰগঞ্জৰ এটা ইঞ্জিনচালিত যাত্ৰীবাহী নাওৰ যাত্ৰীয়ে প্ৰত্যক্ষ কৰে আৰু লগে লগে লাইফ জেকেটে দলিয়াই দি মহিলাগৰাকীক উদ্ধাৰ কৰে।


জাহাজখনৰ পৰা এগৰাকী যাত্ৰী পানীত পৰি গ'ল অথচ জাহাজখনৰ কৰ্মচাৰীৰ লগতে কোনো যাত্ৰীয়েও গমেই নাপালে । ফকিৰগঞ্জ আৰক্ষীয়ে জানিব দিয়া মতে মহিলা গৰাকী মানসিক বিকাৰগ্ৰস্ত ৰোগী । 


বৰ্তমান মহিলাগৰাকী ফকিৰগঞ্জ আৰক্ষী থানাৰ তত্ত্বাবধানত আছে বুলি জনা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
ইতিহাস হ'ল জুবিন
চুলি দ্ৰুতভাৱে গজাব বিচাৰে নেকি? এই প্ৰটিনযুক্ত খাদ্যসমূহ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক
গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক