--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বয়সে হাৰ মনাব নোৱাৰা কলিয়াবৰৰ এগৰাকী আইতা। আইতা গৰাকী আজি দুখত ভাগি পৰিছে ।প্ৰকাশ কৰিব নোৱাৰে মনৰ বেদনা।

ডিজিটেল ডেস্ক : ৰাজ্যত আজি মুক্তি পালে জুবিন গাৰ্গৰ অন্তিম খন ছবি ৰৈ ৰৈ বিনালে । আজিৰ এই দিনটোলৈ অপেক্ষাত আছিল সমগ্ৰ অসমবাসী ।


বয়সে হাৰ মনাব নোৱাৰা কলিয়াবৰৰ এগৰাকী আইতা। আইতা গৰাকী আজি দুখত ভাগি পৰিছে ।প্ৰকাশ কৰিব নোৱাৰে মনৰ বেদনা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে চিৰ বিদায় লোৱাৰ পাছতেই ৬০ উৰ্দ্ধৰ বৃদ্ধা আইতা গৰাকী দুখত ভাগি পৰিছে।


মনৰ দুখৰ বেদনা কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি লিখিছে জুবিন গাৰ্গৰ নামত ইটোৰ পাছত সিটোকৈ কবিতা।ঘৰৰ খিৰিকীখনৰ কাষতে বহি আইতা গৰাকীয়ে নিৰলে লিখিছে কেইবাটাও কবিতা।


মহান শিল্পী জুবিন গাৰ্গক শ্যামকানু আৰু সিদ্ধাৰ্থই ছিংগাপুৰলৈ নি যি ঘটনা সংঘটিত কৰিলে সেই কথা সুঁৱৰি আইতাগৰাকীয়ে প্ৰকাশ কৰিছে মনৰ ক্ষোভ। মহানায়ক জুবিন গাৰ্গৰ মৃত্যুত আজি প্ৰতি জন লোকে চকু পানী টুকিছে কিন্তু কিয় জুবিন গাৰ্গে ন্যায় পোৱা নাই।


জুবিন গাৰ্গৰ ন্যায় বিচাৰি কলিয়াবৰৰ পুৰণি সত্ৰৰ বুলু বৰুৱা নামৰ ৬০ৰ উৰ্দ্ধৰ আইতা গৰাকীয়ে দাবী জনাইছে যে জুবিন গাৰ্গ যদি কিবা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা হয় আমি মানি ল'লো হয় । কিন্তু এই মৃত্যুক আমি মানি ল'ব নোৱাৰিম , জুবিন গাৰ্গক নিষ্ঠুৰ ভাবে আমাৰ মাজৰ পৰা আজুৰি নিলে সেইয়ে আমাক ন্যায় লাগিব‌‌‌।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন