--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ২০২২ চনত আৰক্ষীত নিযুক্তি লাভ কৰা কৌশিক মেধি ৩ জুনত পানীখাইতি আৰক্ষী চকীলৈ বদলি হৈ আহিছিল

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বৰবাৰী অঞ্চলত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত এজন আৰক্ষী কনিষ্টবলে প্ৰাণ হেৰুৱালে। মৃত ব্যক্তিজন কৌশিক মেধি নামৰ ২নং ASRF/30 APBNৰ জোৱান বুলি জানিব পৰা গৈছে।


জানিব পৰা মতে কইনাধৰা স্থিত বাসগৃহৰ আজি ৰাতিপুৱা কৰ্তব্য পালনৰ উদ্দেশ্য মটৰ চাইকেলেৰে পানীখাইতি আৰক্ষী চকীলৈ আহি থকা অৱস্থাত প্ৰতীক্ষা হস্পিতালৰ সন্মুখত GMCৰ এটা ডাষ্টবিনত খুন্দা মাৰি গুৰুতৰ ভাৱে আহত হয় ।লগে লগে তেওঁক এক্সেলকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয় যদিও কেইমুহূৰ্তৰ পিছতে তেওঁক মৃত বুলি ঘোষণা কৰা হয়।



যোৱা ২০২২ চনত আৰক্ষীত নিযুক্তি লাভ কৰা কৌশিক মেধি ৩ জুনত পানীখাইতি আৰক্ষী চকীলৈ বদলি হৈ আহিছিল । আজি ৰাতিপুৱা ৬ বজাৰ পৰা কৰ্তব্য আছিল পানীখাইতি আৰক্ষী চকীত ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ