--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱমন্দিৰসমূহত দেখা গৈছে অগণন ভক্তৰ ভিৰ।ব্যতিক্ৰম নহয় নগাঁও।

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। লোকবিশ্বাস মতে শাওণৰ মাহেই হৈছে মহাদেৱৰ প্রিয় মাহ। শাওণ মাহ হৈছে অসমীয়া বৰ্ষৰ চতুৰ্থ মাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱমন্দিৰসমূহত দেখা গৈছে অগণন ভক্তৰ ভিৰ।ব্যতিক্ৰম নহয় নগাঁও।


নগাঁও ভেৰভেৰিস্থিত মহা মৃত্যুঞ্জয় মন্দিৰতো পৰিলক্ষিত হৈছে পুৱাৰে পৰা অগনন ভক্তৰ ভিৰ।


পুৱাৰে পৰা ভক্তই মহাদেৱৰ শ্ৰীশৰণত ধূপ-দীপ-নৈবদ্যৰে পূজা অৰ্চনা কৰিলে মহামৃত্যুঞ্জয় মন্দিৰত।  পুৱতি নিশাৰ পৰা হাজাৰ হাজাৰ ভক্তই জল অভিষেক কৰে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰভাগত।


ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন তথা মন্দিৰ পৰিচালনা সমিতিয়ে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সকলো ভক্ত প্ৰাণ ৰাইজৰ উপস্থিত কামনা কৰিছে আয়োজক সমিতিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ