--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যুৱতী-কিশোৰীসমূহৰ পৰিয়ালৰ অজ্ঞাতে ভূৱা নথিপত্ৰৰ জৰিয়তে তামিলনাডুলৈ প্ৰেৰণ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে

ডিজিটেল ডেস্কঃ ৰে’লৱে আৰক্ষী আৰু GRPFৰ যুটীয়া অভিযানত ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি তামিলনাডুলৈ প্ৰেৰণ কৰা ২৬ গৰাকী কিশোৰী-যুৱতীক তিনিচুকীয়া ৰেল’ৱে জংচনত উদ্ধাৰ কৰে।


ঘটনাৰ সৈতে জড়িত ৫ গৰাকী পুৰুষ-মহিলাকো আটক ৰে’লৱে আৰক্ষীৰ। যুৱতী-কিশোৰীসমূহৰ পৰিয়ালৰ অজ্ঞাতে ভূৱা নথিপত্ৰৰ জৰিয়তে তামিলনাডুলৈ প্ৰেৰণ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে।


ইফালে পৰিয়ালক কৰ্তৃপক্ষই বৰগুৰিস্থিত কেন্দ্ৰত চিলাইৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি কৈ তামিলনাডুলৈ প্ৰেৰণ কৰাৰ ষড়যন্ত্র ৰচনা কৰিছিল।


ডিব্ৰুগড় ৰে'ল সুৰক্ষা বাহিনীৰ এই তথ্য লাভ কৰা পিছতে তিনিচুকীয়া ৰে'ল সুৰক্ষা বাহিনীৰ তৎপৰতাত উদ্ধাৰ হয়। ইফালে বিদ্যুত দত্ত নামৰ এজন লোকৰ ভাষ্য অনুসৰি তামিলনাডুৰ এটা কাপোৰৰ ফেক্টৰীত চিলাই কাম কৰিবৰ বাবে নিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ