--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হেʼৰইনখিনি শ্ৰীভূমিৰ পৰা হোজাইলৈ লৈ যোৱাৰ সময়তে উদালী পহৰা চকীত আৰক্ষী দেখা পাই পলাবলৈ চেষ্টা কৰে সৰবৰাহকাৰীকেইজনে।

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ক'লা বেহা। পুৱতি নিশা লামডিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত AS01DT-9634 নম্বৰৰ এখন বাহনৰ পৰা ২৪টা বাকচত ভৰ্তি হেʼৰইন জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।


জব্দ কৰা হেʼৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ১৬ লাখ টকা বুলি অনুমান কৰা হৈছে।


জানিব পৰা মতে হেʼৰইনখিনি শ্ৰীভূমিৰ পৰা হোজাইলৈ লৈ যোৱাৰ সময়তে উদালী পহৰা চকীত আৰক্ষী দেখা পাই পলাবলৈ চেষ্টা কৰে সৰবৰাহকাৰীকেইজনে।


তীব্ৰগতিত পলায়ন কৰিবলৈ লওতে বাহনখনে লামডিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত এটা লোহাৰ পোষ্টত খুন্দা মাৰে।


আটকাধীন তিনিজন সৰবৰাহকাৰী হৈছে- মৌৰাঝাৰৰ মহম্মদ তাজ উদ্দিন, ডবকাৰ চাবিৰ হুছেইন আৰু উদালী খাগৰীজান বজাৰৰ ৰস্মিতা বেগম


এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।


উল্লেখ্য যে ৰাজ্যত বিৰামহীনভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । ৰাজ্যৰ শাসনভাৰ লোৱাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি কঠোৰ অভিযান আৰম্ভ কৰিছিল। ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত চাৰি বছৰত এইক্ষেত্রত ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।


অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ