--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উক্ত প্ৰশিক্ষণ শিৱিৰটোত টাইকোৱানডোৰ বেছিক এণ্ড এডভান্স ট্ৰেইনিঙৰ লগতে কিয়ুৰুগী আৰু পুমচেৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

ডিজিটেল ডেস্কঃ ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ অল বডোলেণ্ড টাইকোৱানডো এছ’ছিয়েছনৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত ছিখনাঝাৰ জিমনেছিয়ামত আয়োজিত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰৰ শনিবাৰে সামৰণি পৰে ৷


উক্ত প্ৰশিক্ষণ শিৱিৰটোত টাইকোৱানডোৰ বেছিক এণ্ড এডভান্স ট্ৰেইনিঙৰ লগতে কিয়ুৰুগী আৰু পুমচেৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷


ল’ৰা-ছোৱালী উভয়ৰ অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণ শিৱিৰটোত প্ৰশিক্ষণ প্ৰদান কৰে সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষক গ্ৰেন্ড মাষ্টাৰ ৱান ইয়ং লিয়ে ৷


প্ৰশিক্ষণ শিৱিৰত বিটিচি তথা অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও উত্তৰপ্ৰদেশৰ প্ৰশিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে ৷


উল্লেখ্য যে সামৰণি কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শনিবাৰে প্ৰশিক্ষাৰ্থী সকলৰ মাজত প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰে কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিটিচিৰ পাৰিষদ ধণেশ্বৰ গয়াৰীয়ে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন