--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যুৱকজন বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মচাৰী আছিল। ২০ ফুট উচ্চতাৰ বৈদ্যুতিক খুটাৰ পৰা ওফৰি তলত পৰে যুৱকজন

ডিজিটেল ডেস্ক: বৈদ্যুতিক খুটাত উঠি বিদ্যুৎ সংযোগ কৰা অৱস্থাতেই বিদ্যুৎস্পৃষ্ট হয় এজন যুৱক । গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত যুৱকজনৰ নাম ৰিতুৰাজ চুতীয়া ।


ক্ষেত্ৰধৰ বুঢ়াগোহাঁই নামৰ লাইনমেনৰ লগত বিদ্যুতৰ মেৰামতিৰ কামত নিয়োজিত হৈ আছিল যুৱকজন । যুৱকজন বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মচাৰী আছিল। ২০ ফুট উচ্চতাৰ বৈদ্যুতিক খুটাৰ পৰা ওফৰি তলত পৰে যুৱকজন।


হাত আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱকজন। যুৱকজনক ততাতৈয়াকৈ স্থানীয় লোকে শিৱসাগৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেললৈ প্ৰেৰণ কৰে।


আমগুৰি বৈদ্যুতিক উপসংমণ্ডলৰ অধীনস্থ নামতি চাৰিআলিত সংঘটিত এই ঘটনাই বিদ্যুৎ বিভাগৰ গাফিলতিৰ চূড়ান্ত ছবিখন ফুটাই তুলিছে।


ক্ষেত্ৰধৰ বুঢ়াগোহাঁই নামৰ লাইনমেনৰ গাফিলতি নে নামতি চাৰিআলি কন্ট্ৰলৰূমৰ গাফিলতিত অস্থায়ী কৰ্মচাৰীজন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হ'ল সেইয়া বিভাগীয় তদন্ততহে পোহৰলৈ আহিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ