--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শোনিতপুৰ জিলাৰ লখৰাৰ চেনাইপাম নামৰ গাওঁখনৰ নিবাসী যোৱা ০৫ আগষ্টত আসাম ৰাইফলচৰ জোৱান সন্দীপ গুৰুং ।

ডিজিটেল ডেস্ক: কৰ্তব্যৰ বাবে আইতাকৰ ঘৰৰ পৰা ওলাই আহিয়ে ৰহস্যজনক ভাৱে সন্ধানহীন হ'ল ৰাইফলচৰ জোৱান সন্দীপ গুৰুং।


শোনিতপুৰ জিলাৰ লখৰাৰ চেনাইপাম নামৰ গাওঁখনৰ নিবাসী যোৱা ০৫ আগষ্টত আসাম ৰাইফলচৰ জোৱান সন্দীপ গুৰুং ।মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত থকা আইতাকৰ গৃহলৈ আহিছিল তেওঁ । জোৱান জনে পিছদিনা পুৱাই নিজ কৰ্তব্যৰত স্থান চাংলাং লৈ বুলি ৰাওনা হয় ।


সেই দিনাৰ পৰাই অসম ৰাইফলচৰ ৩১ নং ৰেজিমেণ্টৰ জোৱান সন্দীপ গুৰুং নিজ কৰ্তব্যত উপস্থিত হোৱা নাই আৰু এই পৰ্যন্ত নিৰুদ্দেশ হৈ আছে ।


উল্লেখযোগ্য যে অসম ৰাইফলচৰ 5025379 নম্বৰ চাৰ্ভিছ হোল্ডাৰ হাৱিলদাৰ সন্দীপ গুৰুঙৰ পৰিয়ালবৰ্গ মাৰ্ঘেৰিটাত উপস্থিত হৈ বিভিন্ন স্থানৰ CCTV ফুটেজ সংগ্ৰহ কৰে আৰু এঠাইৰ ছবিত স্পষ্টকৈ ওলাই পৰিছে ৷


আজি পৰিয়ালবৰ্গই মাৰ্ঘেৰিটা আৰক্ষী থানাত এখন নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰিছে।

সুন্দৰ সুঠাম সেনা জোৱানজনৰ মোবাইল ফোন বৰ্তমানেও চুইচ অফ হৈ আছে ৷ যদি কোনোৱা সদাশয় ব্যক্তিয়ে সন্দীপ গুৰুঙক দেখা পায় বা সন্ধান লাভ কৰে তেন্তে 8099747513

আৰু 6909075624 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়াল বৰ্গই আহ্বান জনাইছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ