--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আমগুৰি পৌৰসভাৰ চাৰি নং ৱাৰ্ডৰ নিবাসী দীপক বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ অৰুণ বৰুৱা যোৱা সাত বছৰ ধৰি বাংগালোৰত ডেলিভেৰী বয় হিচাপে কৰ্মৰত আছিল।পৰিয়ালৰ লোকক ৰে'লৱে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ ঘটনা অৱগত কৰাৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

ডিজিটেল ডেস্কঃ বাংগালোৰত উদ্ধাৰ হৈছে আমগুৰিৰ যুৱক অৰুণ বৰুৱা ওৰফে জোনৰ মৃতদেহ । বাংগালোৰৰ বাইপেনাহালী ৰেল ষ্টেচনত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।


আমগুৰি পৌৰসভাৰ চাৰি নং ৱাৰ্ডৰ নিবাসী দীপক বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ অৰুণ বৰুৱা যোৱা সাত বছৰ ধৰি বাংগালোৰত ডেলিভেৰী বয় হিচাপে কৰ্মৰত আছিল।পৰিয়ালৰ লোকক ৰে'লৱে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ ঘটনা অৱগত কৰাৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।


পৰিয়ালৰ লোকে এই ঘটনাক কোনো দুবৃৰ্ত্তই হত্যা কৰি ৰে'ললাইনত পেলাই যোৱাৰ সন্দেহ ব্যক্ত কৰিছে। বাংগালোৰৰ ইন্দ্ৰ নগৰত ভাড়াঘৰত থকা যুৱকজনৰ কোনে হত্যা কৰি ৰে'ল লাইনত পেলাই গ'ল সেইয়া ৰহস্যজনক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা