--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যুদ্ধবিৰতি ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১৫ ডলাৰ হ্রাস পাই ৯৪
  • ২৭ ডলাৰ হয়গৈ।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ বিৰুদ্ধে দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্রাস পাবলৈ ধৰে। কালি বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ১৫% হ্রাস পায়। 


যুদ্ধবিৰতি ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১৫ ডলাৰ হ্রাস পাই ৯৪.২৭ ডলাৰ হয়গৈ। উল্লেখযোগ্য যে বিশ্বৰ বজাৰত ছবছৰৰ পাছত খাৰুৱা তেলৰ দাম একে দিনাই সর্বাধিক হাৰত হ্রাস পায়। 


উল্লেখযোগ্য যে মঙলবাৰে প্রতি বেৰলৰ দাম ১০৯.২৭ ডলাৰ হৈছিল। যুদ্ধ চলি থকাৰ সময়ত মাজতে প্রতি বেৰলৰ দাম ১২০ ডলাৰ হৈছিল। উল্লেখযোগ্য যে পাকিস্তানৰ মধ্যস্থতাত ইৰান আৰু আমেৰিকা-ইজৰাইলৰ মাজত চলি থকা ৪০ দিনীয়া যুদ্ধৰ ১৪ দিনীয়া বিৰতি ঘোষণা কৰা হয়। যুদ্ধবিৰতি যুক্তি অনুসৰি আমেৰিকা আৰু ইজৰাইলে ইৰানত আক্রমণ বন্ধ ৰাখিব আৰু ইৰানে হৰমুজ প্রণালী জাহাজৰ চলাচলৰ বাবে মুকলি কৰি দিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ