--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সংবাদমেলৰ জৰিয়তে তেওঁ অৱগত কৰে যে চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পকা লাইন আৰু দুলীয়াজানৰ সমীপৰ গজালবষ্টীত বৰ্তমানৰ লৈকে কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে।

ডিজিটেল ডেস্ক : ডিব্ৰুগড় জিলা খনৰ বিভিন্ন ঠাইত কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱৰ সন্দৰ্ভত আজি দিনৰ ১ বজাত ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° তৃষ্ণা বৰাই এক সংবাদমেল সম্বোধন কৰে।


এই সংবাদমেলৰ জৰিয়তে তেওঁ অৱগত কৰে যে চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পকা লাইন আৰু দুলীয়াজানৰ সমীপৰ গজালবষ্টীত বৰ্তমানৰ লৈকে কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে। বৰ্তমানৰ লৈকে চাবুৱা আদৰ্শ চিকিৎসালয়ত ১০ গৰাকী আৰু টেঙাখাট আদৰ্শ চিকিৎসালয়ত ১৯ গৰাকী কলেৰা ৰোগী চিনাক্ত কৰাৰ লগতে বৰ্তমানৰ লৈকে ৫ গৰাকী কলেৰা ৰোগীৰ মৃত্যু মুখত পৰিছে বুলি অৱগত কৰে যুটীয়া সঞ্চালক গৰাকীয়ে।


ইয়াৰ উপৰিও চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পকা লাইনৰ টিউবেল সমূহত অত‍্যাধিক বিজানু চিনাক্ত কৰাৰ বাবে টিউবেল সমূহ ছীল কৰাৰ লগতে উক্ত লাইনটোত কোৱাৰেন্টাইন ঘোষণা কৰাৰ উপৰিও কলেৰা ৰোগৰ বাবে সমগ্ৰ ডিব্ৰুগড় জিলা খনতেই স্বাস্থ্য বিভাগৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰিছে বুলি অৱগত কৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° তৃষ্ণা বৰাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ