--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কাটিগড়া চাৰ্কল কাৰ্যালয়ৰ কনফাৰেঞ্চ হলত আয়োজিত এটা সংক্ষিপ্ত অনুষ্ঠানৰ জৰিয়তে এই কাৰ্যসূচীৰ উদ্বোধন কৰিছে চাৰ্কল অফিচাৰ ডঃ ৰবাৰ্ট টৌল’ৰ।

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ বিশেষ আৰ্থিক সহায়ৰ অংশ ৰূপে শনিবাৰে কাছাৰৰ কাটিগড়া বিধানসভা কেন্দ্ৰৰ দুৰ্গাপূজা কমিটিসকলৰ হাতত অনুদানৰ চেক উঠাই দিয়া হ’ল।

কাটিগড়া চাৰ্কল কাৰ্যালয়ৰ কনফাৰেঞ্চ হলত আয়োজিত এটা সংক্ষিপ্ত অনুষ্ঠানৰ জৰিয়তে এই কাৰ্যসূচীৰ উদ্বোধন কৰিছে চাৰ্কল অফিচাৰ ডঃ ৰবাৰ্ট টৌল’ৰ।


অনুষ্ঠানত উপস্থিত আছিল কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ, বিজেপি কালাইন মণ্ডল সভাপতি নিত্য গোপাল দাস আৰু কাটিগড়া মণ্ডল সভাপতি বাবলা দেৱ সহ অন্যান্য গণ্যমান্য ব্যক্তি।


চাৰ্কল অফিচাৰ ডঃ ৰবাৰ্ট টৌল’ৰে জনালে, এইবছৰ কাটিগড়া বিধানসভা কেন্দ্ৰৰ মোট ১৯৯টা পূজা কমিটিক ৰাজ্য চৰকাৰৰ পক্ষৰ পৰা ১০ হাজাৰ টকা অনুদান হিচাপে প্ৰদান কৰা হ’ব। তেওঁ আৰু ক’লে, দুৰ্গোৎসৱ শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে সম্পন্ন হ’বলৈ প্ৰতিটো পূজা কমিটিয়ে চৰকাৰে নিৰ্ধাৰিত নিৰ্দেশনা যথাযথভাৱে মানি চলিব লাগিব।এই আৰ্থিক সহায়ে দুৰ্গাপূজাৰ উৎসৱক আৰু অধিক আনন্দমুখৰ কৰি তুলিব বুলি আশা প্ৰকাশ কৰে আয়োজকসকলে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচলৰ পাগলামত বিচৰণ ডিব্ৰু-ছৈখোৱা উদ্যানৰ বন ঘৰচীয়া ঘোঁৰাৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য