--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লোক দুজন মৈৰাবাৰীৰ শ্বাৰুক আহমেদ আৰু মফিজ আলী। বাহনখনত আছিল ১২কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ।

ডিজিটেল ডেস্কঃ নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ ডবকাৰ আকাশী গংগাত আটক হ'ল দুজন। এখন ট্ৰাকেৰে নিষিদ্ধ মাছ লৈ মৈৰাবাৰিৰ পৰা নাগালেণ্ড অভিমুখে গৈ আছিল দুয়োজন লোক।


লোক দুজন মৈৰাবাৰীৰ শ্বাৰুক আহমেদ আৰু মফিজ আলী। বাহনখনত আছিল ১২কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ।


উল্লেখ‍্য থাইলেণ্ড মাগুৰ মাছ পালন কৰা বা বিক্ৰী কৰাত আছে চৰকাৰী নিষেধাজ্ঞা।


ডবকাৰ আকাশীগংগা পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম বৰাৰ নেতৃত্বত এই থাইলেণ্ড মাগুৰৰ বাহনখন খেদি খেদি আটক কৰা হয়।


জব্দকৃত ১২কুইণ্টল নিষিদ্ধ মাছ মিন বিভাগৰ উপস্থিতিত নিমখ আৰু ফেনাইল দি পুতি থোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ