--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জুবিনৰ চিতাভস্ম যোৰহাটলৈ নি ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিব।

ডিজিটেল ডেস্ক : অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মহাপ্রয়াণৰ ১৩ দিনৰ দিনা চিতাভস্ম যোৰহাটলৈ নি ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিব।


যোৰহাটত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত যোৰহাট জিলাৰ বিধায়কদ্বয় হিতেন্দ্র নাথ গোস্বামী, ৰূপজ্যোতি কুর্মি আৰু যোৰহাট জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে আলোচনাত মিলিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।


১৩ দিনীয়া অনুষ্ঠান আয়োজনৰ সন্দৰ্ভত মন্ত্ৰী বিমল বড়াই কালি গৰিমা শইকীয়া গাৰ্গৰ মতামত গ্ৰহণ কৰে আৰু আজি যোৰহাটবাসীৰ সৈতে আলোচনা কৰিব।


১৩ দিনীয়া অনুষ্ঠানৰ পাছত যোৰহাটৰ এক ৰাজহুৱা স্থানত ৩ দিনৰ বাবে মৰমৰ শিল্পীগৰাকীৰ চিতাভস্ম ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰ বাবে ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ