--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তদন্তৰ অংশ হিচাপে ই ডিয়ে দুয়োটা প্রযুক্তি কোম্পানীলৈ চমন জাৰি কৰি কোম্পানী দুটাৰ প্রতিনিধিসকলক ২১ জুলাইত ইয়াৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ'বলৈ নির্দেশ দিয়ে

ডিজিটেল ডেস্ক : অনলাইন জুৱাৰ এপৰ লগত জড়িত থকা ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ সন্দৰ্ভত চলি থকা তদন্তৰ সংক্ৰান্তত গুগল আৰু মেটালৈ জাননী জাৰি কৰিছে আইন বলবৎকাৰী সঞ্চালকালয়ে (ই ডি)।


তদন্তৰ অংশ হিচাপে ই ডিয়ে দুয়োটা প্রযুক্তি কোম্পানীলৈ চমন জাৰি কৰি কোম্পানী দুটাৰ প্রতিনিধিসকলক ২১ জুলাইত ইয়াৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ'বলৈ নির্দেশ দিয়ে। এই অবৈধ এপসমূহৰ প্রমোশ্যনৰ বাবে ডিজিটেল প্লেটফৰ্মসমূহৰ সমূহৰ ভূমিকা ই ডিয়ে পৰীক্ষা কৰি আছে আৰু ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী আইন উলংঘাৰ দিশটোও তদন্ত কৰি আছে ই ডিয়ে।


শেহতীয়াকৈ ই ডিয়ে মুম্বাইৰ চাৰিটা স্থানত তালাচী চলাই অবৈধ অনলাইন জুৱাৰ সৈতে জড়িত ৩.৩ কোটি টকা জব্দ কৰাৰ পাছতেই তদন্তকাৰী সংস্থাটোৱে এই পদক্ষেপ লৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক