--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰেষ্টুৰেণ্টখনত অভিযানকাৰী দলে অভিযান চলাই ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী উদ্ধাৰ কৰে আৰু লগতে ৰেষ্টুৰেণ্টখনৰ পাকঘৰৰ অস্বাস্থ্যকৰ পৰিবেশ প্ৰত্যক্ষ কৰে

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ পৰা গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগান দি অহাৰ অভিযোগৰ ভিত্তিত সোমবাৰে শিলচৰ হাফলং সংযোগী মহাসড়কৰ লাঠিগ্ৰামত থকা পাৰিজাত ৰেষ্টুৰেণ্টত অভিযান চলাই খাদ্য সুৰক্ষাৰ দলে।


আৰক্ষীৰ সৈতে ৰেষ্টুৰেণ্টখনত অভিযানকাৰী দলে অভিযান চলাই ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী উদ্ধাৰ কৰে আৰু লগতে ৰেষ্টুৰেণ্টখনৰ পাকঘৰৰ অস্বাস্থ্যকৰ পৰিবেশ প্ৰত্যক্ষ কৰে । লগে লগে খাদ্য সুৰক্ষাৰ অভিযানকাৰী দলে ম্যাজিস্ট্রেটৰ উপস্থিতিত অনির্দিষ্ট কালৰ বাবে ৰেষ্টুৰেণ্টখন ছীল কৰি দিয়ে।


আনহাতে স্থানীয় লোকৰ অভিযোগ , ৰেষ্টুৰেণ্টখনত এখন স্পা আছে,য'ত প্ৰতিদিনেই অনৈতিক কাৰ্য্যকলাপ চলি থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ