--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আটকাধীন যুৱ কেইজন পাপ্লু বৰা,বিপুল বৰা,উত্তম বৰা,স্বাধীন বৰা আৰু দিপন কছাৰী

ডিজিটেল ডেস্কঃ যোৰহাটৰ চিনামৰাৰ এখন যোদ্ধা বাহনেৰে বন্ধুৰ জন্মদিন পালন কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিছে পাঁচজনকৈ যুৱক।


গোলাঘাটৰ আঠখেলীয়াৰ পৰা হেৰ'ইন ক্ৰয় কৰি জন্মদিন পালন কৰিবলৈ আহি থাকোতেই তিতাবৰ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰ লাভ কৰে আৰু আৰক্ষীয়ে খেদি খেদি তিতাবৰ বৰএৰা অঞ্চলৰ এখন পথাৰৰ মাজত ধৰিবলৈ সক্ষম হয়।


আটকাধীন যুৱ কেইজন পাপ্লু বৰা,বিপুল বৰা,উত্তম বৰা,স্বাধীন বৰা আৰু দিপন কছাৰী।আটাইকেইগৰাকীৰ ঘৰ চিনামৰত বুলি জানিব পৰা গৈছে।


ইতিমধ্যে তিতাবৰ আৰক্ষীয়ে হেৰ'ইনসহ জব্দ কৰিছে AS23-DC-0901 নম্বৰ টাটা যোদ্ধা বাহনখনো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ