--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এনেকুৱা হৈ থাকিলে মানুহৰ টোপনি ভাল নহয়, ফলত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।

ডিজিটেল ডেস্কঃ বহু মানুহে নিশা হলে বা শোৱাৰ সময়ত ভৰিৰ তলুৱাত বিষ আৰু জ্বলা-পোৰাৰ অনুভৱ কৰে। এনেকুৱা হৈ থাকিলে মানুহৰ টোপনি ভাল নহয়, ফলত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। টোপনি ভাল নহলে মানুহৰ ৰোগ প্ৰতিৰোধ কমে যাৰ বাবে বিভিন্ন ৰোগে আগুৰি ধৰাৰ সুযোগ পায়।


তলুৱাত কিয় জ্বলন অনুভূতি হয়?


ভৰিৰ তলুৱাত জ্বলা-পোৰাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল শৰীৰত পানীৰ অভাৱ। পানীৰ অভাৱৰ বাবে ভৰিৰ তলুৱাত জ্বলা-পোৰা বাঢ়িব পাৰে। একে সময়তে কিছুমান ৰোগৰ বাবেও তলুৱাত জ্বলা-পোৰা হ’ব পাৰে। ভৰি জ্বলোৱাৰ সমস্যা হ্ৰাস কৰি সকাহ পাবলৈ এই ঘৰুৱা ঔষধৰ সহায় ল’ব পাৰে।


ভৰি জ্বলা দূৰ কৰাৰ ঘৰুৱা উপায় 


এলোভেৰা জেলৰ সহায়ত মালিচ কৰক


এলোভেৰা জেলে শীতল প্ৰভাৱ দিবলৈ কাম কৰে। সেইবাবেই ছালত জ্বলা-পোৰা, বিষ আৰু প্ৰদাহৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পাবলৈ এলোভেৰা জেল প্ৰয়োগ কৰা হয়। ভৰি জ্বলোৱাৰ পৰা সকাহ পাবলৈ এলোভেৰা জেল মালিচ কৰিব পাৰে। ৰাতি শুই উঠাৰ আগতে ভৰিত এলোভেৰা জেল লগাই ৰাতিটো থৈ দিব।


ভৰি বৰফৰ পানীত তিয়াই থওক


যদি ভৰিৰ জ্বলা-পোৰা বেছিকৈ বাঢ়ি যায়, তেন্তে ভৰি দুখন বৰফৰ পানীত ডুবাই ৰাখক। ইয়াৰ বাবে বাল্টি এটাত বৰফৰ টুকুৰা কিছুমান লৈ তাত ভৰি দুখন কিছু সময় তিয়াই থওক। অধিক আৰামৰ বাবে পানীত গোলাপ পানী বা নিমখৰ দৰে বস্তু দি ফুট ছক প্ৰস্তুত কৰিব পাৰে। তাত ভৰি দুখন ২০-৩০ মিনিট তিয়াই থওক।


মুলতানী মাটিৰ পেষ্ট


জ্বলা, বিষ, ফুলা আদি সমস্যা কম কৰিবলৈ ভৰি আৰু তলুৱাত মুলতানী মাটিৰ পেষ্ট লগাব পাৰে। যিহেতু মুলতানী মাটিয়ে শৰীৰ ঠাণ্ডা কৰে আৰু লগতে ছালৰ লগত জড়িত আন বহুতো সমস্যাও হ্ৰাস কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ