--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ ভিতৰত অন্যতম প্ৰতিযোগিতা নাও দৌৰ প্ৰতিযোগিতা।পবিতৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত থকা হাধুক বিলত অনুষ্ঠিত কৰে এই নাওঁ খেল প্ৰতিযোগিতা।

ডিজিটেল ডেস্কঃ পবিতৰা অভয়াৰণ্যত দেশৰ ৭৯ সংখ্যাক স্বাধীনতা দিৱস উপলক্ষে দিনজোৰা কাৰ্য্যসূচীৰে পবিতৰা অভয়াৰণ্যত বনকৰ্মী সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী।


ইয়াৰ ভিতৰত অন্যতম প্ৰতিযোগিতা নাও দৌৰ প্ৰতিযোগিতা।পবিতৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত থকা হাধুক বিলত অনুষ্ঠিত কৰে এই নাওঁ খেল প্ৰতিযোগিতা।এই নাওঁ খেল প্ৰতিযোগিতা চাবলৈ মায়ঙৰ পবিতৰা অভয়াৰণ্যত হাজাৰ হাজাৰ ৰাইজ উপস্থিত হয়।


মুঠ ছয়টা দলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলক গল্ড মেডেল আৰু দ্বিতীয় স্থান লাভ দলক ছিলবাৰ মেডেল প্ৰদান কৰে DFO অলেশ ছাক্সেনাই। স্বাধীনতা দিৱসৰ উপলক্ষে ও বনকৰ্মী সকলৰ মাজত সমন্বয় ৰক্ষা আৰু ভাতৃত্ববোধ বজায় ৰাখিবলৈ এনেধৰণৰ কাৰ্য্যসূচী খুবেই প্ৰয়োজন বুলি মন্তব্য কৰে পবিতৰা বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ