--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অবৈধ অৰুণাচলী বিলাতী সুৰা আৰু চুলাইৰ ঘাটিত প্ৰস্তুত কৰা দেশীয় সুৰাৰ ৰমৰমীয়া বেহা চলাই এচামে সামাজিক পৰিবেশ বিনষ্ট কৰাৰ লগতে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দি আহিছে।

ডিজিটেল ডেস্কঃ অসম অৰুণাচল সীমান্তবৰ্তী জোনাই সম-জিলাৰ অন্তৰ্গত চিমেন চাপৰিৰ আৰু জোনাইলৈ অৰুনাচলী সুৰাৰ অবৈধ বেহা ব্যাপক ধৰণে বৃদ্ধি পাইছে। 


তদুপৰি অবৈধ অৰুণাচলী বিলাতী সুৰা আৰু চুলাইৰ ঘাটিত প্ৰস্তুত কৰা দেশীয় সুৰাৰ ৰমৰমীয়া বেহা চলাই এচামে সামাজিক পৰিবেশ বিনষ্ট কৰাৰ লগতে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দি আহিছে। তেনে সময়তে জোনাই আৱকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিলে বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। 


জানিব পৰা মতে যিহেতু খ্ৰীষ্টমাছ সমাগত গতিকে অসমৰ অবৈধ সুৰা বিক্ৰেতাই অৰুণাচলী সুৰা বিক্ৰী সুযোগ গ্ৰহণ কৰি এই প্ৰতি লক্ষ্য ৰাখি সোমবাৰে ভাগত প্ৰায় ৩ বজাত জোনাই আৱকাৰী বিভাগৰ এটা দলে গোপন সুত্ৰৰ পম খেদি চিমেন চাপৰি ৰেলৱে ষ্টেচনত বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা আনি থকা অৱস্থাত এখন বেটাৰী ৰিক্সাসহ বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰে। লগতে অধিক তথ্যৰ বাবে বেটাৰী ৰিক্সাৰ চালকজনক জিম্মাত ৰখা বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ